This browser does not support the video element.
শিৱসাগৰ: দেশৰ ভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ বিভিন্ন অঞ্চলত গণেশ পূজা উদযাপন
Sibsagar, Sivasagar | Aug 27, 2025
দেশৰ ভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ বিভিন্ন অঞ্চলত গণেশ পূজা উদযাপন । শিৱসাগৰ নগৰ , নগৰৰ দাঁতি-কাষৰীয়া বাঢ়ৈটিং , আখৈফুটীয়া , মেটেকা আদি অঞ্চলতো গণেশ পূজা উদযাপন সম্পূৰ্ণ বৈদিক ৰীতি-নীতিৰে । অন্যহাতে শিৱসাগৰ নগৰৰ মাজমজিয়াৰ বাবু পট্টিৰ কালী মন্দিৰৰ গণেশ পূজাৰ মণ্ডপৰ আৰ্হি আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হোৱা পৰিলক্ষিত হৈছে।