Download Now Banner

This browser does not support the video element.

নগাঁও: ডুমডুমীয়াত প্ৰশাসনে নহয়, অবৈধ বেদখলকাৰীয়ে চলাইছে বুলড'জাৰ, উচ্ছেদৰ পূৰ্বে ঘৰ-দুৱাৰ ভাঙি সা-সামগ্ৰী লৈ গৈছে বেদখলকাৰীয়ে

Nagaon, Nagaon | Aug 25, 2025
ধিঙৰ ডুমডুমীয়াত সোমবাৰে বিয়লি প্ৰায় চাৰি মান বজাত প্ৰশাসনে নহয় অবৈধ বেদখলকাৰীয়ে চলাইছে বুলড'জাৰ । ধিঙত 27 আগষ্টত চলিব বৃহৎ উচ্ছেদ অভিযান । নগাঁও জিলা আয়ুক্তৰ নিৰ্দেশনা পিছতেই আৰক্ষীয়েও চলাইছে ফ্লেগমাৰ্চ ।প্ৰশাসনে উচ্ছেদ অভিযান চলোৱাৰ পূৰ্বেই দেখা গৈছে যে বেদখলকাৰীয়ে নিজেই ঘৰ দুৱাৰ আৰু দোকান পোহাৰ ভাঙি লৈ যোৱা পৰিলক্ষিত হৈছে ।আনকি বেদখলকাৰী সকলে পকী ঘৰ সমূহ নিজেই বুল্ডজাৰেৰে ভাঙি লৈ গৈছে বেদখলকাৰীয়ে।
Read More News
T & CPrivacy PolicyContact Us