Install App
manojbmc2009
This browser does not support the video element.
সৃজনগ্ৰাম: সমাগত বিধানসভা নিৰ্বাচন কেন্দ্ৰ কৰি বালাপাৰাত অনুষ্ঠিত অগপৰ যোগদান সভাত অৰ্ধশতাধিক কংগ্ৰেছ আৰু এআইইউডিএফৰ অগপ দলত যোগদান
Srijangram, Bongaigaon | Sep 5, 2025
সমাগত বিধানসভা নিৰ্বাচনক লৈ সৃজনগ্ৰাম বিধানসভা সমষ্টিত অগপৰ তৎপৰতা। শুক্ৰবাৰে বঙাইগাঁও জিলাৰ অগপ দলৰ যোগদান সভা অনুষ্ঠিত হয়। সৃজনগ্ৰাম বিধানসভা সমষ্টিত অগপ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী ছাহিদুল হকৰ নেতৃত্বত যোগদান অৰ্ধশতাধিক কংগ্ৰেছ আৰু এআইইউডিএফৰ নেতা কৰ্মীসকলে আনুষ্ঠানিক ভাৱে অগপ দলত যোগদান কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!