This browser does not support the video element.
পশ্চিম যোৰহাট: এ টি ৰোডৰ ভোগদৈ দলঙৰ তলত ড্ৰাগছ আসক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ
Jorhat West, Jorhat | Aug 5, 2025
এ টি ৰোডৰ ভোগদৈ দলঙৰ তলত ড্ৰাগছ আসক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ । মঙ্গলবাৰে দিনৰ এক বজাত উদ্ধাৰ হৈছে মৃতদেহটো । যোৰহাটত পুনৰ ড্ৰাগছ আসক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ। যোৰহাটৰ বাইপাছৰ ভোগদৈ দলঙৰ তলত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ । যুৱক জনৰ শৰীৰত ড্ৰাগছ লোৱাৰ বেজিৰ চিন স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে।ড্ৰাগছ আসক্ত যুৱকজনৰ মাত্ৰাধিক ড্ৰাগছ সেৱন কৰাৰ ফলত মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে।