Install App
chirangnews494
This browser does not support the video element.
দাংতল ৰাজহ চক্ৰ: শিক্ষকে ছাত্ৰক প্ৰহাৰক লৈ চিদলী-কাশিকত্ৰা উৰ্বশি ব্ৰহ্ম মেমৰিয়েল হাইস্কুলত প্ৰতিবাদ শিক্ষকক অপসাৰণৰ দাবী
India | Sep 6, 2025
চিৰাঙৰ চিদলী-কাশিকত্ৰা উৰ্বশি ব্ৰহ্ম মেমৰিয়েল হাইস্কুলত শিক্ষক দিৱসৰ দিনা বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ প্ৰহাৰত আহত তিনি ছাত্ৰ ,তিনি ছাত্ৰক প্ৰহাৰৰ ঘটনাক লৈ আজি বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি,বিদ্যালয়ত এবিভিপি,আক্ৰাছু, মহিলা সমিতি,অবিভাৱকৰ প্ৰতিবাদ প্ৰধান শিক্ষকক অপসাৰণৰ লগতে গ্ৰেপ্তাৰৰ দাবী উত্থাপন।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!