This browser does not support the video element.
শিৱসাগৰ: জয়সাগৰত মন্ত্ৰী ৰণোজ পেগুৱে শুভাৰম্ভ কৰে মাতৃ আৰু শিশু স্বাস্থ্য শাখাৰ প্ৰসূতি কক্ষৰ
Sibsagar, Sivasagar | Aug 23, 2025
জয়সাগৰত মন্ত্ৰী ৰণোজ পেগুৱে শুভাৰম্ভ কৰে মাতৃ আৰু শিশু স্বাস্থ্য শাখাৰ প্ৰসূতি কক্ষৰ । শিৱসাগৰ জিলা আয়ুক্ত আয়ুস গৰ্গ, অতিৰিক্ত আয়ুক্ত মীনাক্ষী পেৰ্মে ,জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক মাখন কলিতাৰ লগতে জিলা স্বাস্থ্য বিভাগৰ সকলো বিষয়া কৰ্মচাৰীৰ উপস্থিতিত শুভাৰম্ভ কৰা হয় শিৱসাগৰ অসামৰিক চিকিৎসালয় চৌহদত স্থাপন কৰা কক্ষৰ। ইয়াৰ পাছত মন্ত্ৰী গৰাকীয়ে পলাশনি স্থাপন কৰা আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰৰ শুভাৰম্ভ কৰি মত বিনিময় কৰে সকলোৰে লগত ।