Install App
bongaigaon_khobor
This browser does not support the video element.
বঙাইগাঁও ভাগ: চাপাগুৰি ৰোডত জ্ঞান হেৰাই পৰি থকা অৱস্থাত অচিনাক্ত মহিলাক উদ্ধাৰ কৰে আৰক্ষীয়ে
Bongaigaon Part, Bongaigaon | Aug 27, 2025
বঙাইগাঁওৰ চাপাগুৰি ৰোডত জ্ঞান হেৰাই পৰি থকা অৱস্থাত মহিলাক উদ্ধাৰ কৰা হয়। স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে এই মহিলা গৰাকীক পিছে খবৰ দিয়ে আৰক্ষীক। আৰক্ষীয়ে পিছে এই মহিলা গৰাকীক উদ্ধাৰ কৰি বঙাইগাঁও অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!