This browser does not support the video element.
শিৱসাগৰ: নগৰত আৰক্ষীয়ে ড্ৰাগছ সহ আটক কৰিছে এজন যুৱকক
Sibsagar, Sivasagar | Sep 9, 2025
শিৱসাগৰ নগৰত আৰক্ষীয়ে ড্ৰাগছ সহ আটক কৰিছে এজন যুৱকক । শিৱসাগৰৰ নগৰৰ আৰক্ষীৰ উপ পৰিদৰ্শকৰ নেতৃত্বত এটা দলে আটক কৰিছে যুৱক জনক নগৰৰ মাজমজিয়াৰ কে পি এম হলৰ সমীপত । আটকাধীন যুৱক জনক আৰক্ষীয়ে আটক কৰি নি অব্যাহত ৰাখিছে সোধপোছ ।