This browser does not support the video element.
বিজনী ভাগ: ১ নং বিষ্ণুপুৰৰ চিকাঝোৰাত বনৰীয়া হাতীৰ মুক্ত বিচৰন আতংকিত জনসাধাৰণ
Bijni Part, Chirang | Aug 13, 2025
আজি চিৰাং জিলাৰ অন্তৰ্গত ১ নং বিষ্ণুপুৰৰ চিকাঝোৰাত বনৰীয়া হাতীৰ মুক্ত বিচৰন ,বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰবেশ বনৰীয়া হাতীৰ ,বনৰীয়া হাতী দেখি আতংকিত হৈ পৰে উক্ত অঞ্চলৰ জনসাধাৰণ ,দীৰ্ঘ দিনৰে পৰা উক্ত অঞ্চলত বনৰীয়া হাতীয়ে ঘৰ ভাঙি বিভিন্ন খেতি খাই চলাই আহিছে তাণ্ডৱ ।