This browser does not support the video element.
ধুবুৰী ভাগ: গৌৰীপুৰ বালাজানত নিষিদ্ধ গো মাংস সহ আটক এজনক
Dhubri Part, Dhubri | Sep 3, 2025
গৌৰীপুৰ বালাজান ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বালাজান আৰক্ষীৰ অভিযান। এখন টেম্পুৰ গাৰীত অভিযান চলাই ৩১ টাকৈ পলিথিনত প্ৰায় ৩০০(তিনিশ)কে জি নিষিদ্ধ মাংস জব্দ কৰাৰ লগতে এজন সৰবৰাহ কাৰীক আটক কৰিবলৈ সক্ষম হয়।