Download Now Banner

This browser does not support the video element.

বঙাইগাঁও ভাগ: আক্ৰাসুৰ নেতৃত্বত চহৰত প্ৰতিবাদী কাৰ্যসূচী,ওলাই আহিল হেজাৰ হেজাৰ ৰাইজ,স্তব্ধ বঙাইগাঁও চহৰ

Bongaigaon Part, Bongaigaon | Sep 8, 2025
বঙাইগাঁও চহৰত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা,ৰাষ্ট্ৰীয় বজৰং দল আৰু বিভিন্ন দল সংগঠনৰ উদ্যোগত উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।লাভ জেহাদ বন্ধ কৰা, মুকুলি ভাবে গো মাংস বিক্ৰী আৰু খোৱা বন্ধ কৰা, যোৱা কিছু দিন পূৰ্বে বঙাইগাঁওত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ দোষীক অতি শীঘ্ৰে ফাঁচী দিয়া আৰু ১৮ মাহ পূৰ্বে নিউ বঙাইগাঁওত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ উচিত তদন্তৰ দাবী ৰে এই প্ৰতিবাদী সমদল আৰু ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰা হয়।
Read More News
T & CPrivacy PolicyContact Us