Download Now Banner

This browser does not support the video element.

মাৰ্ঘেৰিটা: ডিগবৈত‌ জধে মধে চলোৱা ই ৰিক্সাৰ বিৰুদ্ধে ডিগবৈ নগৰ সমিতি ,ডিগবৈ পৰিৱহন বিভাগক ব্যৱস্থা গ্ৰহনৰ দাবী অটো চালক সকলৰ

Margherita, Tinsukia | Sep 10, 2025
ডিগবৈত‌ দিনক দিনে বৃদ্ধি পাইছে ই-ৰিক্সা। বৰ্তমান ডিগবৈ চহৰত চলি আছে প্ৰায় ১২০০ মান ই-ৰিক্সা । তাৰে একাংশ ই ৰিক্সা জধে মধে চলোৱাৰ অভিযোগ অটো' চালক সকলৰ। বুধবাৰে বিয়লি প্ৰায় ৩ বজাত চহৰ খনৰ ই ৰিক্সাৰ বিৰুদ্ধে ডিগবৈ নগৰ সমিতি ,ডিগবৈ পৰিৱহন বিভাগক বিহীত ব্যৱস্থা গ্ৰহনৰ দাবী জনাই ডিগবৈৰ অটো চালক সকলে ।
Read More News
T & CPrivacy PolicyContact Us