This browser does not support the video element.
দুধনৈ: দুধনৈ জনমন্দিৰ প্ৰাংগনত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয
Dudhnai, Goalpara | Sep 21, 2025
দুধনৈ জনমন্দিৰ প্ৰাংগনত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয। গোৱালপাৰা জিলা বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত তথা দুধনৈ আঞ্চলিক বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন আৰু দুধনৈ অঞ্চলৰ বিভিন্ন বাঙালী সমাজৰ সহযোগত আজি দুধনৈ জনমন্দিৰ প্ৰাংগনত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে ফেডাৰেচনৰ কেন্দ্ৰিয় উপ সভাপতি গোপাল সৰকাৰৰ লগতে জিলা ফেডাৰেচনৰ সভাপতি সম্পদক তথা বিষয়ববীয়া সকল তথা দুধনৈ আঞ্চলিক বাঙালী ফেডাৰেচনৰ বিষয়ববীয়া সকলে থাকে।