This browser does not support the video element.
নগাঁও: চৰকাৰী বালক বিদ্যালয়ত আয়োজিত এক বিশেষ অনুষ্ঠানত উপস্থিত জিলা আয়ুক্ত
Nagaon, Nagaon | Sep 7, 2025
উল্লেখ্য যে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ শতবাৰ্ষিকী জন্ম জয়ন্তী উপলক্ষে "চাইক্লথন" নামৰ এটি অনুষ্ঠানৰ আয়োজন কৰা হয় ।পূৰ্বোত্তৰ প্ৰদেশীয় মাডৱাড়ী যুৱ মঞ্চ মঞ্চৰ উদ্যোগত "চাইক্লথন" ৰেলী এটিৰ আয়োজন কৰা হয় ।উক্ত ৰেলীত প্ৰায় শতাধিক যুৱক -যুৱতী উপস্থিত থাকে।অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নগাঁও জিলা আয়ক্ত দেৱাশিষ শৰ্মাৰ উপস্থিত থাকি কণ্ঠ নিগৰাই সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ কালজয়ী গীত "দিল হম হম কৰে"