Install App
priyanka1162
This browser does not support the video element.
পশ্চিম যোৰহাট: খেলিবলৈ গৈ নিৰুদ্দেশ ৰজামৈদাম নিউ কলনীৰ পঞ্চম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ, সদৰ থানাত এজাহাৰ দাখিল
Jorhat West, Jorhat | Aug 4, 2025
খেলিবলৈ গৈ নিৰুদ্দেশ ৰজামৈদাম নিউ কলনীৰ পঞ্চম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ । সদৰ থানাত এজাহাৰ দাখিল । যোৰহাটত ৰহস্যজনক নিৰুদ্দেশ হল এজন ছাত্ৰ। নিৰুদ্দেশ ৰজামৈদাম নিউ কলনীৰ জুনেইদ খান । দেওবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে যোৰহাটৰ ৪ নং ৱাৰ্ডৰ পঞ্চম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ জন । কবৰস্থান ফিল্ডত খেলিবলৈ গৈছিল ছাত্ৰজন । তাৰ পাছৰে পৰা অন্তৰ্ধান হৈ পৰে ছাত্ৰজন ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!