Install App
malobikabora1991
This browser does not support the video element.
বোকাখাত: নুমলীগড়ত সন্দেহ জনক লোকক একাংশ লোকে কাগজ পত্ৰ নোহোৱাকৈ কামত লগোৱাৰ অভিযোগ সচেতন যুৱ মঞ্চ গোলাঘাট জিলা সমিতিৰ,তদন্তৰ দাবী
Bokakhat, Golaghat | Aug 31, 2025
নুমলীগড়ত সন্দেহ জনক লোকক একাংশ লোকে কাগজ পত্ৰ নোহোৱাকৈ কামত লগোৱাৰ অভিযোগ সচেতন যুৱ মঞ্চ গোলাঘাট জিলা সমিতিৰ l একাংশ কোম্পানীয়ে নিজৰ মুনাফা লাভৰ বাবেই উচ্ছেদিত একাংশ সন্দেহ জনক লোকক কামত লগোঁৱাৰ গুৰুত্বৰ অভিযোগ দেওবাৰে দিনৰ প্ৰায় ১২ বজাত সচেতন যুৱ মঞ্চ গোলাঘাট জিলা সমিতিৰ । শীঘ্ৰে যদি শোধনাগাৰ কৰ্তৃপক্ষৰই এই সকল লোকৰ ওপৰত তদন্ত নকৰে তেনেহলে তীব্ৰ প্ৰতিবাদৰ হুংকাৰ সচেতন যুৱ মঞ্চ গোলাঘাট জিলা সভাপতি সম্পাদকৰ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!