Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: গৌৰীপুৰ বালাজানৰ ৰাজপথত অচেতন অৱস্থাত উদ্ধাৰ এজন যুৱক

Dhubri Part, Dhubri | Aug 23, 2025
ৰক্তাক্ত অৱস্থাত উদ্ধাৰ যুৱক জন। ধুবুৰী মেডিকেল কলেজত ভৰ্তি। দুস্কৃতিকাৰীয়ে মুখ বান্ধি, হাত ভৰি বান্ধি গুৰুতৰ ভাৱে জখম কৰি ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত পেলাই থয়।ঘটনাস্থলীত বালাজান আৰক্ষী উপস্থিত হৈ ধুবুৰী চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰে যুৱক জনক।
Read More News
T & CPrivacy PolicyContact Us