Download Now Banner

This browser does not support the video element.

বাক্সা: বৰিমাখাত ইউপিপিএলৰ বৃহৎ ৰেলী

Baska, Baksa | Aug 27, 2025
বাক্সা জিলাৰ বৰিমাখাত আজি ইউপিপিএলৰ বৃহৎ ৰেলী উলিওৱা হয়।‌ আগন্তুক বিটিচি নিৰ্বাচনৰ‌ পৰিপ্ৰেক্ষিতত এই ৰেলী উলিওৱা হয়। এই ৰেলীত অংশগ্ৰহণ কৰে কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই। তেওঁ বিপুল ভোট লাভ কৰি বিজয় হ'ব বুলি মন্তব্য কৰে। এই ৰেলীত তিনি হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰে।
Read More News
T & CPrivacy PolicyContact Us