Install App
bdnews
This browser does not support the video element.
বৰমা ভাগ: বজালী জিলাৰ পৰা অপহৰণ ১৪ বছৰীয়া জনজাতীয় কিশোৰী, হিন্দু সুৰক্ষা সেনাই বৰপেটাৰোড ৰেলৱে ষ্টেচনত উদ্ধাৰ কৰে কিশোৰীজনীক
India | Aug 26, 2025
হিন্দু পৰিচয়ৰে বজালী জিলাৰ পৰা অপহৰণ কৰা ১৪ বছৰীয়া জনজাতীয় কিশোৰী এজনীক হিন্দু সুৰক্ষা সেনাই বৰপেটাৰোড ৰেলৱে ষ্টেচনত উদ্ধাৰ কৰে ৷ ইপিনে হিন্দু সুৰক্ষা সেনাই লাভ জেহাদীটেক আটক কৰি ৰেলৱে আৰক্ষীক গতাই দিয়ে। ধৃত লাভ জেহাদীটোৰ নাম আশ্ৰাফুল হক। আশ্ৰাফুল হকৰ ঘৰ চিৰাং জিলাৰ বিজনীত । ধৃত লাভ জেহাদীটোৱে সাংবাদিকৰ আগত স্বীকাৰ কৰা মতে কেইদিনমান পূৰ্বে বজালী জিলাৰ এখন গাঁৱলৈ পথ নিৰ্মাণৰ শ্ৰমিক হিচাপে গৈছিল আশ্ৰাফুল হকে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!