Install App
priyanka1162
This browser does not support the video element.
পশ্চিম যোৰহাট: পুলিবৰ আৰক্ষীৰ জালত দুধৰ্ষ গাড়ী চোৰ, দেৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ,দুধৰ্ষ গাড়ী চোৰে বিভিন্ন কৌশলেৰে ৩০ খনকৈও অধিক বাহন চুৰি কৰে
Jorhat West, Jorhat | Aug 31, 2025
পুলিবৰ আৰক্ষীৰ জালত দুধৰ্ষ গাড়ী চোৰ । দেৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ । দুধৰ্ষ গাড়ী চোৰ গোলাঘাটৰ বিকাশ দাসক গ্ৰেপ্তাৰ কৰিছে পুলিবৰ আৰক্ষীয়ে। বিভিন্ন কৌশলেৰে বৰ্তমানলৈকে ৩০ খনৰো অধিক গাড়ী চুৰি কৰি ডিমাপুৰ , নাগালেণ্ডৰ বিক্ৰী কৰিলে এইটো চোৰে। নাগালেণ্ড,ডিমাপুৰৰ আন্ত:ৰাজ্যিক গাড়ী চুৰি চক্ৰৰ অন্যতম সদস্য এইটো গোলাঘাটৰ বিকাশ দাস । দেৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!