This browser does not support the video element.
নগাঁও: হয়বৰগাঁৱত শক্তি সংঘৰ উদ্যোগত গণেশ চতুৰ্থী উদযাপন, উপস্থিত জিলা আয়ুক্ত
Nagaon, Nagaon | Aug 27, 2025
হয়বৰগাঁৱত শক্তি সংঘৰ উদ্যোগত গণেশ চতুৰ্থী উদযাপন, উপস্থিত জিলা আয়ুক্ত ।আজি গণেশ চতুৰ্থী,গণেশ চতুৰ্থীৰ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গনেশ মন্দিৰ সমূহত পুৱাৰ পৰা ভক্ত ভিৰ দেখিবলৈ পোৱা গৈছে, আৰু বিভিন্ন প্ৰান্তৰ গনেশ মন্দিৰ সমূহত গনেশ বন্দনাৰে মুখৰিত হোৱা লগতে নগাঁৱৰ হয়বৰগাঁৱত উদযাপন কৰা হয় পবিত্ৰ গণেশ চতুৰ্থীৰ । পূজা-অৰ্চনা আগবঢ়াই আশীষ ল'লে শ শ ভক্তই, উপস্থিত হৈ গণেশ বাবা আশীষ ল'লে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাইয়ো ।উখল-মাখল চৌপাশ