Download Now Banner

This browser does not support the video element.

গুৱাহাটী: 'জিএমচিএইছত শিশুৰ মৃত্যুৰ তদন্তত বিসংগতি হ'লে মানৱ অধিকাৰ আয়োগৰ দ্বাৰস্থ হ'ম', দিছপুৰত বিৰোধী দলপতি দেব্ৰবত শ‌ইকীয়াৰ মত

Guwahati, Kamrup Metropolitan | Aug 24, 2025
GMCH ত এটি কণমানি শিশুৰ মৃত্যু তদন্ত বিসংগতি হলে মানৱ অধিকাৰ আয়োগৰ দ্বাৰস্থ হব বিৰোধী দল দলপতি দেব্ৰবত শ‌ইকীয়া দিছপুৰত প্ৰতিক্ৰিয়া। ইফালে এগৰাকী জনজাতীয় নাৰ্ছক গ্ৰেপ্তাৰ কৰা হৈছে। উল্লেখযোগ্য যে, অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজন দীৰ্ঘদিন ধৰি স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰি আহিছিল। তেওঁ যদি নিজৰ ভুল ঢাকিবলৈ আনক দোষ জাপিবলৈ বিচাৰিছে তেন্তে এই ঘটনাটো ইয়াতেই শেষ নহয়। অসম চৰকাৰে সকলোতকৈ বেছি পুঁজি আবন্টন দিয়া চিকিৎসা মহাবিদ্যালয়খনত এই ঘটনা সংঘটিত হোৱাটো দূৰ্ভাগ‍্য জনক।
Read More News
T & CPrivacy PolicyContact Us