This browser does not support the video element.
বঙাইগাঁও ভাগ: বৰপাৰাত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই কলা পতাকা উৰুৱাই কৰিলে তীব্ৰ প্ৰতিবাদ
Bongaigaon Part, Bongaigaon | Aug 28, 2025
বৰপাৰাত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। কলা পতাকা উৰুৱাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে AKRSU য়ে।১৯৪৯ চনৰ ২৮ আগষ্ট ভাৰত চৰকাৰৰ তদানীন্তন প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহেৰু , গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেল আৰু কোচ কমতাপুৰ ৰাজ্য শেষ ৰজা মহাৰাজ জগদ্বীপেন্দ্ৰ নাৰায়ন ভূপবাহাদুৰৰ সৈতে মাৰ্জাৰ চুক্তি হৈছিল আৰু কমতাপুৰ ৰাজ্যক " গ " শ্ৰেণীৰ ৰাজ্যৰ মৰ্যদা দিয়াৰ পিছতো এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে তাৰ বাবে এই প্ৰতিবাদ।