Download Now Banner

This browser does not support the video element.

সোণাৰি: সোণাৰিত HDFC বেংকৰ একাউণ্টত টকা জমা থৈ বিপদত গ্ৰাহক, ১,০৫,৬৭০ টকা হৰলুকি, ব্যৱস্থা গ্ৰহণৰ দাবীৰে আৰক্ষীক এজাহাৰ দাখিল

Sonari, Charaideo | Sep 10, 2025
চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰস্থিত এইছ ডি এফ চি বেংকৰ গ্ৰাহক এজনৰ পৰা চাইবাৰ অপৰাধীয়ে লক্ষাধিক ধন লুট কৰি নিয়াত ভুক্তভোগী গ্ৰাহক কল্যাণ চন্দই চাইবাৰ বিভাগক অভিযোগ দাখিল কৰাৰ পাছতেই পুনৰ হৰলুকি হোৱা ধন নিজ একাউণ্টত জমা হয়। ভুক্তভোগী কল্যাণ চন্দৰ ক্ৰমে ‘ফিক্সড ডিপোজিত’ আৰু ‘ছেভিংছ একাউণ্ট’ৰ পৰা সৰ্বমুঠ ১,০৫,৬৭০ টকা পুনৰ নিজ একাউণ্টত জমা হোৱাৰ পাছত চলিত মাহৰ ৫ তাৰিখে ঘোৰাই পোৱা ধন আকৌ নাইকিয়া হোৱাত ভুক্তভোগী গ্ৰাহক জনৰ সন্দেহ উপজে। লগে লগে বেংক কৰ্তৃপক্ষক পুনৰ এই বি
Read More News
T & CPrivacy PolicyContact Us