Download Now Banner

This browser does not support the video element.

গুৱাহাটী: চচলৰ ধৰ্ণাস্থলীত অখিল গগৈৰ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট,জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ দাবী

Guwahati, Kamrup Metropolitan | Sep 30, 2025
চচলৰ ধৰ্ণাস্থলীত অখিল গগৈৰ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট,জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ দাবী। চিবিআইৰ তদন্ত আৰু অভিযুক্ত সকলৰ বিৰুদ্ধে ED ৰ অনুসন্ধানৰ দাবীত অনিৰ্দিষ্টকালীন ধৰ্মঘট অখিল গগৈৰ।জুবিনৰ লগত থকা আটাইকেইজনকে তাৎক্ষণিক ভাৱে আটক কৰিব লাগে।জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় দাবী কৰা অজয় ফুকন আৰু ভিক্টৰ দাসৰ ওপৰত NSAৰ গোচৰ জাপি আটক কিয়। নর্থ ইষ্ট ফেষ্টিভেলত ফেশ্বন শ্ব' ৰিণিকি ভূঞা ই পাতিছিল নেকি তাৰো হ'ব লাগে তদন্ত।
Read More News
T & CPrivacy PolicyContact Us