Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: গৌৰীপুৰত ১৪ টাকৈ চোৰাং উঠ জব্দ, গৌৰীপুৰৰ চাৰালডাঙা MBC ইটাভাটাৰ পৰা জব্দ ১৪ টা উঠ

Dhubri Part, Dhubri | Oct 11, 2025
বাংলাদেশ লৈ প্ৰেৰণ কৰাৰ সন্দেহ। ঘটনাৰে জড়িত এজনক আটক গৌৰীপুৰ আৰক্ষীৰ। আটকাধীন শিলাইৰপাৰ গাঁৱৰ সহিদুৰ ৰহমান। গৌৰীপুৰত ১৪ টাকৈ উট জব্দ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। গৌৰীপুৰৰ চাৰালডাঙাৰ MBC এটা ইটাভাটাৰ চৌহদত ট্ৰাকৰ পৰা উট কেইটা নমোৱাৰ সময়তে ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে গৌৰীপুৰ আৰক্ষীক।
Read More News
T & CPrivacy PolicyContact Us