Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: সদৰৰ খাৰগাঁৱত অসম চৰকাৰৰ নিচিনা বিটিআৰৰ গাঁৱবুঢ়া সকলক সুবিধা প্ৰদানৰ দাবী বিটিআৰ গাঁৱবুঢ়া সংস্থাৰ

Kokrajhar Part, Kokrajhar | Sep 5, 2025
শুক্ৰবাৰ দিনা বিয়লি ৪.৩০ বজাত কোকৰাঝাৰ জিলাৰ খাৰগাঁৱত বিটিআৰ গাঁৱবুঢ়া সংস্থাৰ প্ৰাক্তন গাঁৱবুঢ়া গোপাল চন্দ্ৰ বসুমতাৰীৰ ১১ সংখ্যক মৃত্যু দিৱসত উপস্থিত হৈ বিটিআৰ গাঁৱবুঢ়া সংস্থাৰ সম্পাদক ৰবাৰ খেৰকাটা আগন্তুক বিটিচি নিৰ্বাচনত সকলো দল সংগঠন শান্তি বুজাই ৰখাৰ আহ্বান জনায় আৰু সকল মতদাতাক ২২ চেপ্তেম্বৰত শান্তিপূৰ্ণ ভাৱে মতদানত অংশগ্ৰহণ কৰাৰ আহ্বান জনোৱাৰ লগতে বিটিআৰ চৰকাৰক দাবী জনায় যে অসম চৰকাৰৰ নিচিনা বিটিআৰৰ গাঁৱবুঢ়া সকলক সুবিধা প্ৰদান কৰা হক
Read More News
T & CPrivacy PolicyContact Us