Install App
prasanta98780
This browser does not support the video element.
হোজাই: গোৱালপাৰাত NSUIৰ নেতাই নাৰীৰ ওপৰত কৰা নিৰ্যাতনৰ বিৰুদ্ধে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ব বিদ্যালয়ৰ সমীপত ABVPৰ উত্তাল প্ৰতিবাদ
Hojai, Hojai | Sep 13, 2025
হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ব বিদ্যালয়ৰ সমীপত শনিবাৰে দিনৰ ২.৩০মান বজাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উত্তাল প্ৰতিবাদ।গোৱালপাৰাত NSUI ৰ নেতাই নাৰীৰ ওপৰত কৰা নিৰ্যাতনৰ বিৰুদ্ধে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ।দোষীৰ বিৰুদ্ধে শাস্তি দিয়াৰ দাবীত সাব্যস্ত কৰিছে এই প্ৰতিবাদ।অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কার্যকৰ্তা সকলে বিভিন্ন ধৰণৰ শ্লোগান দি উত্তাল কৰি তোলে পৰিবেশ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!