Download Now Banner

This browser does not support the video element.

নলবাৰী: আদাবাৰীস্থিত ঐতিহাসিক শ্ৰী শ্ৰী বাঘেশ্বৰী দেৱালয়ৰ পুনৰ্নিমাণৰ আধাৰশিলা স্থাপন কাৰ্যসূচী অনুস্থিত

Nalbari, Nalbari | Aug 25, 2025
আদাবাৰীস্থিত ঐতিহাসিক শ্ৰী শ্ৰী বাঘেশ্বৰী দেৱালয়ৰ পুনৰ্নিমাণৰ আধাৰশিলা স্থাপন কাৰ্যসূচী অনুস্থিত,উপস্থিত জি.এম.ডি.এ. অধ্যক্ষ।অসম চৰকাৰৰ আৰ্থিক অনুদানৰ দ্বাৰা নিৰ্মাণ হ'বলগীয়া আদাবাৰীস্থিত ঐতিহাসিক শ্ৰী শ্ৰী বাঘেশ্বৰী দেৱালয়ৰ সোমবাৰে বিয়লি প্ৰায় ১ মান বজাত পুনৰ্নিমাণৰ আধাৰশিলা স্থাপন কাৰ্যসূচী অনুস্থিত হয়। এই কাৰ্যসূচীত জি.এম.ডি.এ. অধ্যক্ষ নাৰায়ণ ডেকা, জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী আৰু স্থানীয় ৰাইজৰ লগতে ভকত বৈষ্ণৱ সকল উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us