Download Now Banner

This browser does not support the video element.

নগাঁও: বটদ্ৰৱাত বনৰীয়া হাতীৰ তাণ্ডৱ,খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহিছে এটা প্ৰকাণ্ড বন্যহস্তী,নষ্ট কৰিছে শালি ধানৰ খেতি

Nagaon, Nagaon | Oct 8, 2025
বটদ্ৰৱাত বনৰীয়া হাতীৰ তাণ্ডৱ ।খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহিছে এটা প্ৰকাণ্ড বন্যহস্তী।নষ্ট কৰিছে শালি ধানৰ খেতি।বটদ্ৰৱাৰ কোবাইকটা, ধনীয়াভেটি, লালুং গাওঁ, ভোমোৰাগুৰি আৰু বৰ্তমান বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ সমীপৰ পথাৰত বন্যহস্তীটোৱে বিচৰণ কৰি আছে।বন্যহস্তীৰ বিচৰণ কৰাত আতংকিত হৈ পৰিছে ৰাইজ।বন বিভাগক জনোৱাৰ পিছতো ঘটনাস্থলীত উপস্থিত হৈছে বিভাগৰ বিষয়া কৰ্মচাৰী।*
Read More News
T & CPrivacy PolicyContact Us