Download Now Banner

This browser does not support the video element.

চেঙা: চেঙা সমষ্টিৰ ছনেৰটাৰী গাঁৱত ৰাইজে এডাল অজগৰ সাপ উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়ে

Chenga, Barpeta | Sep 12, 2025
বৰপেটা জিলাৰ চেঙা সমষ্টিৰ ছনেৰটাৰী গাঁৱত অজগৰ সাপৰ উদ্ধাৰ । গাঁও খনত কিছুদিন ধৰি হাঁহ-কুকুৰা হেৰোৱা ঘটনাই ৰাইজক চিন্তিত কৰি তুলিছিল। শুক্ৰবাৰে দুপৰীয়া ছনেৰটাৰী গাঁৱত ৰাইজে অজগৰ সাপডাল ধৰি বন বিভাগক গতাই দিয়ে ৷ অজগৰ সাপডাল চাবলৈ ভিৰ কৰে গাঁওবাসীয়ে।
Read More News
T & CPrivacy PolicyContact Us