Install App
chandanhiramorigaon
This browser does not support the video element.
মৰিগাঁও: মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বহলাৰমুখ গাঁৱত অভিযান চলাই ৩৯টা ড্ৰাগছভৰ্তি কণ্টেনাৰসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজনক
Marigaon, Morigaon | Aug 24, 2025
মৰিগাঁও আৰক্ষীৰ চোৰাংচোৱাই এক গোপন সূত্ৰৰ পম খেদি মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বহলাৰমুখ গাঁওত অভিযান চলাই ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে এজনক।আৰক্ষী অভিযানত ৩৯টা ড্ৰাগছ ভৰ্তি কণ্টেনাৰ সহ গ্ৰেপ্তাৰ কৰে হিবজুৰ ৰহমানক।বৰ্তমান ড্ৰাগছ পেডলাৰ হিবজুৰ ৰহমানক মৈৰাবাৰী আৰক্ষীয়ে চমজি লৈ সোধপোচ অব্যাহত ৰাখিছে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!