Install App
manojbmc2009
This browser does not support the video element.
বঙাইগাঁও ভাগ: বিশ্ব শান্তিৰ উদ্দেশ্যৰে বীৰঝৰা চাহ বাগিচা খেলপথাৰত কৰম পূজা উদযাপন সমিতি উদ্যোগত ২২ তম কৰম পুজা উদযাপন
Bongaigaon Part, Bongaigaon | Sep 3, 2025
বিশ্ব শান্তিৰ উদ্দেশ্যৰে বঙাইগাঁও বীৰঝৰা চাহ বাগিচা খেলপথাৰত বুধবাৰে কৰম পূজা উদযাপন সমিতি আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বঙাইগাঁও জিলা উদ্যোগত ২২তম কৰম পুজা উদযাপন কৰা হয় । কৰম পুজাত উপস্থিতিত হৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপদেষ্টা হিৰু বাগদীয়ে কয় যে আন আন বৰ্ষৰ দৰে এইবেলিও বীৰঝৰা চাহ বাগিচা খেলপথাৰত বিশ্ব শান্তিৰ উদ্দেশ্যৰে কৰম পুজা উদযাপন কৰা হয় ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!