Download Now Banner

This browser does not support the video element.

ওদালগুৰি: কলাইগাঁওত এমচিএলএ কাৰ্যালয়ত অনুষ্ঠিত হয় বিজেপিৰ দলীয় সাংগঠনিক সভা।

Udalguri, Udalguri | Oct 3, 2025
বিটিচিত পৰিষদীয় নিৰ্বাচনৰ পিছত প্ৰথম বাৰৰ বাবে মুদৈবড়ী মণ্ডল বিজেপিৰ এখন দলীয় সাংগঠনিক সভা কলাইগাঁওস্থিত এমচিএলএৰ কাৰ্যালত অনুষ্ঠিত হয় । সভাত দলৰ সাংগঠনিক দিশ আৰু হৈ যোৱা পৰিষদীয় নিৰ্বাচনৰ ওপৰত পৰ্যালোচনা কৰা হয়। ইপিনে সভা খনত নিৰ্বাচন পৰিচালনা সমিতিৰ সভাপতি ৰতন পাল আৰু সম্পাদক কনেশ্বৰ ডেকা বিশেষ ভাৱে উপস্থিত থাকে। মণ্ডল সভাপতি নৱৰাজ বৰুৱাই সঞ্চালনা কৰা সভাত মণ্ডলৰ সাধাৰণ সম্পাদক দুগৰাকীৰ সতে কাৰ্যকৰ্তা সকল উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us