Install App
debabrat915
This browser does not support the video element.
মঙলদৈ ভাগ: মঙলদৈ ব্লক চ'কৰ সমীপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,বাইক আৰোহী দুজন আহত
Mangaldoi Part, Darrang | Aug 30, 2025
মঙলদৈ ব্লক চ'কৰ সমীপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। বাইক আৰোহী দুজন আহত। আহত মুক্তি দাস আৰু মনোজ কুমাৰ শৰ্মা। ইয়াৰে গুৰুতৰ ভাৱে আহত মনোজ শৰ্মাক মঙলদৈ অসামৰিক চিকিৎসালয়ৰ পৰা GMCHলৈ প্ৰেৰণ কৰিছে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!