Download Now Banner

This browser does not support the video element.

বাক্সা: পলাশগুৰিত গণ সুৰক্ষা পাৰ্টীৰ নিৰ্বাচনী সভা অনুষ্ঠিত

Baska, Baksa | Aug 31, 2025
বাক্সাৰ জিলাৰ পলাশগুৰিত আজি সন্ধিয়া গণ সুৰক্ষা পাৰ্টীৰ নিৰ্বাচনী সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকি এমচিএলৰ তথা দলৰ দিহিৰা সমষ্টিৰ প্ৰাৰ্থী ঘনশ্যাম দাসে তেওঁৰ বিজয় নিশ্চিত বুলি মন্তব্য কৰে। সমষ্টিটোত কৰা কামৰ বাবে তেওঁক ৰাইজে ভোট দিব বুলি মন্তব্য কৰে।
Read More News
T & CPrivacy PolicyContact Us