Download Now Banner

This browser does not support the video element.

বাক্সা: আঠীয়াবাৰীত ইউপিপিএলৰ মুছলপুৰ জিলা সমিতিৰ উদ্যোগত বৃহৎ ৰেলী, বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ অংশগ্ৰহণ

Baska, Baksa | Aug 26, 2025
বাক্সা জিলাৰ আঠীয়াবাৰীত আজি ইউপিপিএলৰ মুছলপুৰ জিলা সমিতিৰ উদ্যোগত বৃহৎ ৰেলী উলিওৱা হয়। এই ৰেলীত অংশগ্ৰহণ কৰে কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই। কেবা হাজাৰ লোকে অংশগ্ৰহণ কৰা ছিল ৰেলীত অংশগ্ৰহণ কৰি কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই তেওঁ পঞ্চাছ হাজাৰ ভোট লাভ কৰি বিজয় হ'ব বুলি ঘোষণা মন্তব্য কৰে।
Read More News
T & CPrivacy PolicyContact Us