Download Now Banner

This browser does not support the video element.

বালিজানা: চহৰৰ নেপালী মন্দিৰত দুৰ্গা পূজাৰ মহা অষ্টমীত ভক্ত প্ৰাণ ৰাইজৰ ভিৰ, জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি

Balijana, Goalpara | Sep 30, 2025
চহৰৰ নেপালী মন্দিৰত দুৰ্গা পূজাৰ মহা অষ্টমীত ভক্ত প্ৰাণ ৰাইজৰ ভীৰ।এয়া গোৱালপাৰা চহৰৰ নেপালি মন্দিৰৰ পূজা মণ্ডপৰ দৃশ্য। পুৱাৰে পৰা আৰাম্ভ হৈ অষ্টমী পূজা। সকলো ভক্তই হাতত ধুপ,তেল, নৈবদ্য লৈ দূৰ্গা মাৰ শ্ৰীচৰনত আশীষ লোৱা দেখিবলৈ পোৱা গৈছে। এইবাৰ দূৰ্গা পূজাৰ আনন্দ ফুৰ্তি দেখিবলৈ পোৱা যোৱা নাই । সকলোৰে মৰমৰ জুবিদ গাৰ্গৰ অকাল মৃত্যুয়ে সকলোকে মৰ্মাহত কৰি তুলিছে। চহৰৰ প্ৰতিটো পূজা মণ্ডপৰ সন্মুখত সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
Read More News
T & CPrivacy PolicyContact Us