Download Now Banner

This browser does not support the video element.

গোলাঘাট: ভাদ মাহত ম্যাদ উকলা মগু বিক্ৰী কৰা সুৰেশ ভাণ্ডাৰৰ বিৰুদ্ধে সদৰ আৰক্ষী থানাত এজাহাৰ চুতীয়া যুৱ সন্মিলন জিলা সমিতিৰ

Golaghat, Golaghat | Sep 3, 2025
ভাদ মাহত ম্যাদ উকলা মগু বিক্ৰী কৰা সুৰেশ ভাণ্ডাৰৰ বিৰুদ্ধে গোলাঘাট সদৰ আৰক্ষী থানাত এজাহাৰ চুতীয়া যুৱ সন্মিলন গোলাঘাট জিলা সমিতিৰ। গোলাঘাটত ভাদ মাহত ম্যাদ উকলা মগু বিক্ৰী কৰা দোকানীৰ বিৰুদ্ধে মঙ্গলবাৰে দিনৰ প্ৰায় ২ বজাত গোলাঘাট সদৰ আৰক্ষী থানাত এজাহাৰ চুতীয়া যুৱ সন্মিলন,অসম গোলাঘাট জিলা সমিতিৰ। ভাদ মাহত ম্যাদ উকলা মগু বিক্ৰী কৰা গোলাঘাটৰ 'সুৰেশ ভাণ্ডাৰ' নামৰ প্ৰতিষ্ঠানটোৰ সন্দৰ্ভত গ্ৰাহকে আনিছিল গুৰুতৰ অভিযোগ।
Read More News
T & CPrivacy PolicyContact Us