Download Now Banner

This browser does not support the video element.

ওদালগুৰি: খৈৰাবাৰীত অনুষ্ঠিত হয় মণ্ডল বিজেপিৰ পৰ্যালোচনা সভা, উপস্থিত থাকে প্ৰাক্তন এমচিএলএ ভবেন্দ্ৰ বড়ো

Udalguri, Udalguri | Oct 4, 2025
বিটিচি নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত প্ৰথম বাৰলৈ খৈৰাবাৰী মণ্ডল বিজেপিৰ এখন পৰ্যালোচনা সভা খৈৰাবাৰীত অনুষ্ঠিত হয়।দলৰ প্ৰাৰ্থী গৰাকী এইবেলি কিয় নিৰ্বাচনত পৰাজিত হ'ল সেই সম্পৰ্কে পৰ্যালোচনা কৰা হয়। ইপিনে সভা খনত প্ৰাক্তন এমচিএলএ গৰাকীৰ সতে বিজেপিৰ পৰাজিত প্ৰাৰ্থী মদন ৰাভা, মণ্ডল বিজেপিৰ সভাপতি/ সম্পাদকৰ লগতে দলৰ বিভিন্ন দায়িত্বত থকা বিষয় ববিয়া আৰু কাৰ্যকতা সকল উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us