This browser does not support the video element.
শদিয়া: ছৈখোৱাত জল সম্পদ বিভাগৰ SDO বিষয়াই ৰাইজৰ প্ৰশ্নৰ পৰা ফালৰি কটাৰ অভিযোগ ৰাইজৰ
Sadiya, Tinsukia | Aug 30, 2025
ছৈখোৱাত ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়া প্ৰতিৰোধত বিফল জল সম্পদ বিভাগ ।দৈনিক শতাধিক শ্ৰমিক স্থানীয় ৰাইজে যুদ্ধৰ গতিত খহনীয়া প্ৰতিৰোধৰ চেষ্টা অব্যাহত ৰাখিছে যদিও সফল হোৱা নাই খহনীয়া প্ৰতিৰোধত । একাংশ ঠিকাদাৰ, চৰকাৰী বিষয়াই বিষয়টোৰ গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ আৰু বীৰ লাচিত সেনাৰ । এই সন্দৰ্ভত স্থানীয় ৰাইজে জল সম্পদ বিভাগৰ SDO ৰ সৈতে যোগাযোগ কৰিবলৈ বিচৰাত পুৱা ১০ টা বজাত আহিব লগা SDO বিষয়া গৰাকীবিয়লি ৩ বজাত আহি পোৱা বুলি শনিবাৰে বিয়লি প্রায় ৪ বজাত অভিযোগ