This browser does not support the video element.
গুৱাহাটী: দিছপুৰত ৰাজ্য চৰকাৰে সোমবাৰে মুকলি কৰে শ্ৰদ্ধাঞ্জলি আঁচনি,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
Guwahati, Kamrup Metropolitan | Oct 6, 2025
দিছপুৰত ৰাজ্য চৰকাৰে সোমবাৰে মুকলি কৰে শ্ৰদ্ধাঞ্জলি আঁচনি,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বহিঃ ৰাজ্যত মৃত্যু হোৱা লোকৰ বাবে এই আঁচনি বহিঃৰাজ্যত মৃত্যু হলে চৰকাৰে নশ্বৰদেহ ঘূৰাই অনাৰ ব্যৱস্থা কৰিব এই আঁচনিৰ জৰিয়তে সোমবাৰে দিনৰ ১ বজাত দিছপুৰত সংবাদ মেল যোগে ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰ্থিক সবল লোকৰ বাবে প্ৰযোজ্য নহব এই আঁচনি নিজাববীয়াকৈ ব্যৱস্থা কৰিব পৰা লোকৰ ক্ষেত্ৰত প্ৰযোজ্য নহব এই আঁচনি।