This browser does not support the video element.
মঙলদৈ ভাগ: অসম চৰকাৰৰ মুখ্য সচিব মঙলৈত উপস্থিত হয় প্ৰধানমন্ত্ৰীৰ জন সভা বিষয়ে বুজ লয়
Mangaldoi Part, Darrang | Sep 7, 2025
14 ছেপ্তেম্বৰত মঙলদৈত উপস্থিত হব ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। উপস্থিত হয় এখন জনসভা সন্মোধন কৰিব। লগতে প্ৰধান মন্ত্ৰী গৰাকীয়ে দৰং মিডিকেল কলেজৰ নিৰ্মানৰ আধাৰশিলা কৰিব। প্ৰধান মন্ত্ৰী ভ্ৰমণ সম্পৰ্কে দেওবাৰে আবেলি তিনি মান বজাত উপস্থিত হয় প্ৰস্তুতি বুজ লয় অসম চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কোটাই