This browser does not support the video element.
মৰিগাঁও: মৰিগাঁও নগৰত যাত্ৰীবাহী বাহনৰ যাতায়াতৰ দাবীত ১০ ছেপ্টেম্বৰত মৰিগাঁৱত অৱস্থান ধৰ্মঘট ঘোষণা কৰিছে ব্যৱসায়ী সমাজে
Marigaon, Morigaon | Sep 8, 2025
মৰিগাঁও নগৰৰ মাজেৰে যাত্ৰীবাহী যান বাহন চলাচল জিলা প্ৰশাসনে বন্ধ কৰি দিয়াৰ পাছৰে পৰা নগৰ খনৰ ব্যৱসায়িক সকল ক্ষতিগ্ৰস্ত হৈ পৰিছে। ব্যৱসায়ী সকলে পূৰ্বৰ দৰে যান বাহন সমূহ চলাচলৰ অনুমতি প্ৰদান কৰিবলৈ জিলা প্ৰশাসনক দাবী জনাই অহাৰ পাছতো কোনো সুফল নোপোৱাত আজি নগৰ ব্যৱসায়ী সমাজে আজি প্ৰেছ বৃবিত্তি প্ৰকাশ কৰি অহা ১০ ছেপ্টেম্বৰত মৰিগাঁও সদৰ বিহুতলি প্ৰাংগনত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ঘোষণা কৰি সকলো ব্যৱায়িক এই আন্দোলনৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে আহ্বান জনাই।