Download Now Banner

This browser does not support the video element.

পূব যোৰহাট: বিত্তীয় সংকটত টোকোলাই চাহ গৱেষণা কেন্দ্ৰ, মাহিলী বেতন সময়মতে লাভ কৰা নাই কৰ্মচাৰীয়ে,গৱেষণা কেন্দ্ৰত অনশন কাৰ্যসূচী

Jorhat East, Jorhat | Aug 30, 2025
বিত্তীয় সংকটত টোকোলাই চাহ গৱেষণা কেন্দ্ৰ । মাহিলী বেতন সময়মতে লাভ কৰা নাই কৰ্মচাৰীয়ে । গৱেষণা কেন্দ্ৰত অনশন কাৰ্যসূচীত বহে কৰ্মচাৰী । মাহিলী বেতনৰ পৰা বঞ্চিত হৈ আছে ১২৯ জন কৰ্মচাৰী । সেয়েহে দুদিনিয়াকৈ অনশন কাৰ্যসূচী ৰূপায়ন কৰে কৰ্মচাৰী সকলে । এই সকল কৰ্মচাৰীৰ উপৰিও অৱসৰ প্ৰাপ্ত কৰ্মচাৰী সকলো প্ৰাপ্যৰ পৰা বঞ্চিত হৈছে ।
Read More News
T & CPrivacy PolicyContact Us