Download Now Banner

This browser does not support the video element.

গুৱাহাটী: দিছপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সংবাদ মেল, হিমাচল প্ৰদেশ চৰকাৰক বান সাহায্য আগবঢ়াব ৫ কোটি টকা

Guwahati, Kamrup Metropolitan | Sep 9, 2025
দিছপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সংবাদ মেল, হিমাচল প্ৰদেশ চৰকাৰক বান সাহায্য আগবঢ়াব ৫ কোটি টকা। বিদেশী বহিস্কাৰৰ ক্ষেত্ৰত এক ঐতিহাসিক সিধান্ত গ্ৰহণ কৰে। যদি DC /ADC ক কোনোবাই জনাই বিদেশী বুলি,বা বর্ডাৰ অফিচাৰক জনাই বিদেশী বুলি তেতিয়া সেই মানু্হজনক ১০ দিনৰ সময় দিয়া হব।প্ৰমাণ বিচৰা হব তেওঁৰ পৰা তাৰ পিছত যদি প্ৰমাণ দিব নোৱাৰে ইভাকুৱেচন কৰিব।
Read More News
T & CPrivacy PolicyContact Us