Download Now Banner

This browser does not support the video element.

মাৰ্ঘেৰিটা: টিংৰাই ৩৮ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নৰ্থ ইষ্ট ধাবাৰ সন্মুখত শোকাবহ পথ দুৰ্ঘটনা , থিতাতে নিহত এজন

Margherita, Tinsukia | Aug 25, 2025
সোমবাৰে পুৱা প্ৰায় ৫ মান বজাত ডিগবৈ টিংৰাই ৩৮ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নৰ্থ ইষ্ট ধাবাৰ সন্মুখত এক শোকাবহ পথ দূৰ্ঘটনা সংঘটিত হয় । তিনিচুকীয়া দিশৰ পৰা ডিগবৈ অভিমুখে তীব্ৰবেগত আহি থকা AS 03 AE 9128 নম্বৰৰ নিচান বাহনে বিপৰীত দিশৰ পৰা গৈ থকা এখন স্কুটিৰে মুখামুখি সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ।৷ দূৰ্ঘটনাত থিতাতে নিহত স্কুটীখনৰ আৰোহী ৷ নিহত লোকজন ডিগবৈৰ বুলি জানিব পৰা গৈছে ৷
Read More News
T & CPrivacy PolicyContact Us