Download Now Banner

This browser does not support the video element.

বকো: বকোৰ এখন বিদ্যালয়ৰ এজন শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতনৰ গুৰুতৰ অভিযোগ,বকো থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ

Boko, Kamrup | Aug 25, 2025
পুনৰ শিক্ষকে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ। বকোৰ এখন বিদ্যালয়ৰ এজন শিক্ষকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ চাৰিগৰাকী ছাত্ৰীৰ। সোমবাৰে ছাত্ৰী কেইগৰাকীৰ পৰিয়ালৰ লগতে তাৰাবাৰী যুৱ সংঘই বকো আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। পাঠদানৰ চলেৰে আসুৰীক কামনা পুৰণৰ অভিযোগ শিক্ষকৰ বিৰুদ্ধে।
Read More News
T & CPrivacy PolicyContact Us