Install App
mokib786
This browser does not support the video element.
মানকাচৰ: হাটশিঙিমাৰীৰ ফেকামাৰীৰ ধাননি পথাৰত এখন গছত চীপজৰী লোৱা অৱস্থাত উদ্ধাৰ এটা মৃতদেহ , অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি
Mankachar, South Salmara-Mankachar | Sep 6, 2025
শনিবাৰে আবেলি আনুমানিক ৪ বজাত খাৰুৱা বান্ধা আৰক্ষীয়ে ফেকামাৰীৰ এখন ধাননি পথাৰৰ কাষত থকা গছত চীপজৰি লোৱা অৱস্থাত থকা এখন মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে। উল্লেখ্য যে আজি দুপুৰীয়া সময়ত স্হানীয় ৰাইজে ধাননি পথাৰত এনেদৰে চীপজৰি লোৱা অৱস্থাত মৃতদেহ এটা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!