This browser does not support the video element.
ডবকাপথাৰত বিধায়ক চিৰাজ উদ্দিন আজমলে আধাৰশিলা স্থাপন কৰা কালভাৰ্ট নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ
Doboka, Hojai | Aug 30, 2025
বিধায়ক চিৰাজ উদ্দিন আজমলে আধাৰশিলা স্থাপন কৰা কালভাৰ্ট নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ। ঘটনা সন্ধৰ্ভত শনিবাৰে দিনৰ প্ৰায় ২.৪০মিনিটত সংবাদ মাধ্যমত মন্তব্য স্থানীয় ৰাইজৰ।উল্লেখ্য ২০২৪ চনৰ ডিচেম্বৰ মাহত আধাৰশিলা স্থাপন কৰিছিল বিধায়কগৰাকীয়ে । বিধায়কে আধাৰশিলা স্থাপন কৰা ডবকাৰ ডবকাপথাৰ গাওঁ পঞ্চায়তৰ ৮ নং ৱাৰ্ডত কালভাৰ্ট নিৰ্মাণৰ বাবে আৱণ্টিত হৈছিল ১২ লাখ টকা । কিন্তু কোনো ধৰন'ৰ কাম নকৰাকৈ ৩ লাখ ৬০ হাজাৰ টকা আত্মসাৎ কৰাৰ অভিযোগ। ইপিনে মাদাৰ একাউণ্টৰ পৰা Construction কমিটি'ত ১০